প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ সৌন্দৰ্য আৰু আতিথ্যৰ প্ৰতি নাগৰিকৰ সঁহাৰি ভাগ-বতৰা কৰে

प्रविष्टि तिथि: 08 OCT 2022 10:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ সৌন্দৰ্য আৰু আতিথ্যৰ প্ৰতি নাগৰিকৰ সঁহাৰি ভাগ-বতৰা কৰি বৈচাৰণ, অৰু, কোকেৰনাগ, আচ্ছবাল, গুলমাৰ্গ, শ্ৰীনগৰ আৰু ডাল হ্ৰদৰ সৌন্দৰ্যৰ ওপৰত আলোকপাত কৰে।

শ্ৰী ৰণজিৎ কুমাৰ নামৰ এজন নাগৰিকৰ টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনত শ্ৰীনগৰ ভ্ৰমণৰ এখন ফটোও টুইট কৰে।

নাগৰিকৰ টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"উৎকৃষ্ট। মইও ২০১৯ চনত শ্ৰীনগৰ ভ্ৰমণৰ এখন ফটো ভাগ-বতৰা কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছো।"

***

DS/ST/MANN


(रिलीज़ आईडी: 1866459) आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam