প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৩৬সংখ্যক ৰাষ্ট্ৰীয় গেমছত ১০ বছৰীয়া মল্লখাম্ব খেলুৱৈ শৌৰ্যজিতৰ প্ৰদৰ্শনৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 08 OCT 2022 10:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৬সংখ্যক ৰাষ্ট্ৰীয় গেমছত ১০ বছৰীয়া মল্লখাম্ব খেলুৱৈ শৌৰ্যজিতৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰে৷

গুজৰাটৰ তথ্যৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়,

কেনে এগৰাকী তাৰকা শৌৰ্যজিত!

***

DS/ST/DB


(रिलीज़ आईडी: 1866457) आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Marathi , Kannada , Tamil , Malayalam , Odia , English , Urdu , हिन्दी , Manipuri , Punjabi , Gujarati , Telugu