প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বিলাসপুৰ ৰেলীত শিক্ষাৰ্থীসকলৰ সৃষ্টিশীল শিল্পকৰ্মৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
06 OCT 2022 3:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ বিলাসপুৰত নিজৰ ভাষণত দুজন শিক্ষাৰ্থীৰ সৃষ্টিশীল শিল্পকৰ্মৰ কথা ভাগ-বতৰা কৰিছে। প্ৰধানমন্ত্ৰীয়ে সৃষ্টিশীল প্ৰতিকৃতিৰ বাবে শিক্ষাৰ্থীসকলক ধন্যবাদ জ্ঞাপন কৰে।
ড০ অশ্বিনী শৰ্মা নামৰ এজন সাংবাদিকৰ টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"সৃষ্টিশীল... ধন্যবাদ উমং আৰু পুনম।"
***
DS/TS/MANN
(रिलीज़ आईडी: 1865753)
आगंतुक पटल : 167
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam