প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত বিজয় ঘাটত পুষ্পাঞ্জলি অৰ্পণ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 02 OCT 2022 10:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীজীৰ জয়ন্তী উপলক্ষে বিজয় ঘাটলৈ গৈ পুষ্পাঞ্জলি অৰ্পণ কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"বিজয় ঘাটলৈ গৈ ভাৰতৰ ইতিহাসত বিশেষ অৱদান আগবঢ়োৱা লাল বাহাদুৰ শাস্ত্ৰীজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ।"

 

***

DS/ST/KG


(ৰিলিজ আই ডি : 1865520) অতিথি কক্ষ : 153