প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহা অষ্টমীত দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
03 OCT 2022 8:52AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ মহা অষ্টমী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মা মহাগৌৰীয়ে সকলোৰে জীৱনত সৌভাগ্য, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনক। শ্ৰী মোদীয়ে মা মহাগৌৰীৰ এটা প্ৰাৰ্থনা স্তোত্ৰ সকলোৰে সৈতে শ্বেয়াৰ কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"वन्दे वाञ्छितकामार्थं चन्द्रार्धकृतशेखराम्।
सिंहारूढां चतुर्भुजां महागौरीं यशस्वीनीम्॥
আপোনাসৱক মহা অষ্টমীৰ শুভেচ্ছা জনাইছোঁ। মা মহাগৌৰীয়ে সকলোৰে জীৱনত সৌভাগ্য, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনক। মাৰ ভক্তসকলৰ বাবে তেওঁৰ এটা স্তোত্ৰ..."
***
DS/ST/KG
(रिलीज़ आईडी: 1865518)
आगंतुक पटल : 129
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam