প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্যামজী কৃষ্ণ বাৰ্মাৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 04 OCT 2022 9:03AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্যামজী কৃষ্ণ বাৰ্মাৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে শ্যামজী কৃষ্ণ বাৰ্মাৰ মহানতাৰ সন্দৰ্ভত প্ৰদান কৰা এটা বক্তৃতাও শ্বেয়াৰ কৰে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

জয়ন্তী উপলক্ষে সাহসী শ্যামজী কৃষ্ণ বাৰ্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷ ভাৰতৰ স্বাধীনতাৰ বাবে মা ভাৰতীৰ নিৰ্ভীক সন্তানগৰাকীয়ে জীৱন উচৰ্গা কৰিছিল আৰু আমাৰ জনতাৰ মাজত এক গৌৰৱৰ মনোভাৱ জগাই তুলিছিল৷ তেওঁ মহানতাৰ সন্দৰ্ভত মই প্ৰদান কৰা এটা বক্তৃতাও শ্বেয়াৰ কৰিছো৷

***

DS/ST/DB



(Release ID: 1865034) Visitor Counter : 101