প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘নৱৰাত্ৰী’ৰ ‘মহা সপ্তমী’ত জনসাধাৰণলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
আই ‘কালৰাত্ৰী’ৰ আশীৰ্বাদ কামনা
प्रविष्टि तिथि:
02 OCT 2022 9:19AM by PIB Guwahati
‘নৱৰাত্ৰী’ৰ ‘মহা সপ্তমী’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে তেওঁৰ সকলো ভক্তপ্ৰাণলৈ আই ‘কালৰাত্ৰী’ৰ আশীৰ্বাদো কামনা কৰাৰ লগতে আই ‘কালৰাত্ৰী’ৰ এফাঁকি প্ৰাৰ্থনাও ‘শ্বেয়াৰ’ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰিছে;
“সুখপ্ৰসন্নৱদনা স্মেৰাননসৰোৰুহাম্।
এবং সঞ্চিয়ন্তয়েত্কাল ৰাত্ৰী সৰ্বকামসমৃদ্ধিদাম্।।
দেশবাসীক ‘নৱৰাত্ৰী’ৰ ‘মহা সপ্তমী’ৰ মংগলকামনা জনাইছোঁ। আই ‘কালৰাত্ৰী’ৰ কৰুণা আৰু কৃপাৰে আপোনালোক সকলোৰে জীৱন জ্যোতিৰ্গময় আৰু সুখময় হওক। তেওঁৰে জড়িত এক স্তুতি...”
***
DS/ST/KB
(रिलीज़ आईडी: 1864420)
आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam