প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নতুনকৈ ফ্লেগ অফ কৰা আহমেদাবাদ মেট্ৰোৰ পৰা প্ৰধানমন্ত্ৰীয়ে সবৰমতী নদীৰ দৃশ্যাংশ শ্বেয়াৰ কৰে
प्रविष्टि तिथि:
30 SEP 2022 4:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এজন আইএএছ বিষয়া এম নাগাৰাজনে কৰা এটা টুইট শ্বেয়াৰ কৰে য'ত নতুনকৈ ফ্লেগ অফ কৰা আহমেদাবাদ মেট্ৰোৰ পৰা সবৰমতী নদীৰ দৃশ্যাংশ কিছুমান দেখুওৱা হৈছে।
এজন আইএএছ বিষয়া এম নাগাৰাজনৰ এটা টুইটৰ উদ্ধৃতি দি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"আহমেদাবাদৰ বাবে এটা বৃহৎ দিন।"
***
DS/TS
(रिलीज़ आईडी: 1864138)
आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Urdu
,
English
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam