প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ বাবে মা ব্ৰহ্মচাৰিণীৰ পৰা আশীৰ্বাদ বিচাৰে

Posted On: 27 SEP 2022 7:47AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ দ্বিতীয় দিনা সকলো ভক্তৰ বাবে মা ব্ৰহ্মচাৰিণীৰ আশীৰ্বাদ বিচাৰে।

শ্ৰী মোদীয়ে দেৱীৰ প্ৰাৰ্থনাও (স্তুতি) ভাগ-বতৰা কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"আজি মা ব্ৰহ্মচাৰিণীৰ বিশেষ উপাসনাৰ দিন, মাতৃৰ দ্বিতীয় ৰূপ। মই আশা কৰোঁ যে তেওঁ সকলো ভক্তক শক্তি, সামৰ্থ আৰু লক্ষ্য সিদ্ধিৰ আশীৰ্বাদ কৰক। এই স্তুতি আপোনাৰ বাবে..."

***

DS/ST/MANN



(Release ID: 1862533) Visitor Counter : 106