প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি দিয়ে

प्रविष्टि तिथि: 25 SEP 2022 9:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি দিয়ে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

"মই পণ্ডিত দীনদয়াল উপাধ্যায় জীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পিত কৰিছো। তেওঁৰ অন্ত্যোদয় আৰু দুখীয়াৰ সেৱা কৰাত মনোবলে আমাক নিৰন্তৰ প্ৰেৰণা দিয়ে। তেওঁক এজন অসাধাৰণ বিচাৰক আৰু বুদ্ধিজীৱীৰ ৰূপতো স্মৰণ কৰা হয়।"

 

***

DS/SH


(रिलीज़ आईडी: 1862154) आगंतुक पटल : 329
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam