প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰীমদ পঞ্চখণ্ড পীঠাধীশ্বৰ আচাৰ্য্য ধৰ্মেন্দ্ৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
19 SEP 2022 7:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমদ পঞ্চখণ্ড পীঠাধীশ্বৰ আচাৰ্য্য ধৰ্মেন্দ্ৰৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
"সমাজ আৰু ৰাষ্ট্ৰসেৱাত নিজকে সমৰ্পিত কৰা শ্ৰীমদ পঞ্চখণ্ড পীঠাধীশ্বৰ আচাৰ্য্য ধৰ্মেন্দ্ৰৰ মৃত্যুত শোকাহত হৈছো। তেওঁৰ প্ৰস্থান ধৰ্মীয় আৰু আধ্যাত্মিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। ঈশ্বৰে তেওঁক শ্ৰী চৰণত স্থান দিয়ক। ঔম শান্তি!"
***
DS/ST/SB
(रिलीज़ आईडी: 1861057)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam