প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ঝাৰখণ্ডৰ হজাৰীবাগত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 17 SEP 2022 8:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ হজাৰীবাগ জিলাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেখেতে দুৰ্ঘটনাটোত আহত লোকসকলৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

"ঝাৰখণ্ডৰ হজাৰীবাগ জিলাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাই শোকাহত কৰিছে। দুখৰ এই মুহূৰ্তত মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে জনালো প্ৰাৰ্থনাঃ প্ৰধানমন্ত্ৰী @narendramodi"

 

***

DS/ST/SB


(रिलीज़ आईडी: 1860612) आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam