প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ অম্বাজীত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 02 SEP 2022 2:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ অম্বাজীত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ তেওঁ দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়,

“গুজৰাটৰ অম্বাজীত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি অতিশয় মৰ্মাহত হৈছো৷ মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ পীড়িতসকলক সম্ভাব্য সকলো সাহাৰ্য আগবঢ়োৱা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”

 

***

DS/ST/DB


(रिलीज़ आईडी: 1856466) आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam