প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পাকিস্তানত হোৱা বানত পতিত হৈ মৃত্যু মুখত পৰা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 29 AUG 2022 8:03PM by PIB Guwahati

পাকিস্তানত হোৱা বানত পতিত হৈ মৃত্যু মুখত পৰা সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত প্ৰকাশিত এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“পাকিস্তানত হোৱা বানৰ সংহাৰ দেখি ব্যথিত হৈছো। এই বানত নিহত হোৱা সকলৰ পৰিয়ালবৰ্গৰ লগতে আহত আৰু প্ৰকৃতিৰ এই দুৰ্যোগত পৰা সকলো ভুক্তভোগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আশাকৰো অচিৰেই স্বাভাৱিক পৰিৱেশ উভতি আহিব”।

— Narendra Modi (@narendramodi) August 29, 2022

 

***

 

DS/SH/KB


(रिलीज़ आईडी: 1855686) आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam