প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অটল বিহাৰী বাজপেয়ীক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
16 AUG 2022 12:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটত কয়:
"আজি সন্মানীয় অটলজীৰ মৃত্যু বাৰ্ষিকীত মই সদাইভ অটললৈ গৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভাৰতৰ সেৱাত অটলজীৰ প্ৰচেষ্টাৰ দ্বাৰা আমি অনুপ্ৰাণিত হৈছো। তেওঁ ভাৰতক পৰিৱৰ্তন কৰা আৰু একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ বাবে আমাৰ দেশক প্ৰস্তুত কৰাৰ দিশত দৃষ্টান্তমূলক প্ৰচেষ্টা চলাইছিল।"
***
DS/TS/RD
(रिलीज़ आईडी: 1853767)
आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam