প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্মাষ্টমী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
19 AUG 2022 10:02AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ জন্মাষ্টমী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"পৱিত্ৰ জন্মাষ্টমী উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জনাইছোঁ। ভক্তি আৰু আনন্দৰ এই উত্সৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনক। জয় শ্ৰী কৃষ্ণ!"
***
DS/SH /KG
(ৰিলিজ আই ডি : 1853510)
অতিথি কক্ষ : 169
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Telugu
,
Kannada
,
Malayalam