প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰখ্যাত ষ্টক বিনিয়োগকাৰী ৰাকেশ ঝুনঝুনৱালাৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 14 AUG 2022 10:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত ষ্টক বিনিয়োগকাৰী ৰাকেশ ঝুনঝুনৱালাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"ৰাকেশ ঝুনঝুনৱালা আছিল অদম্য। উদ্যমী, সৰসতাপূৰ্ণ আৰু অন্তৰ্দৃষ্টিসম্পন্ন তেওঁ বিত্তীয় জগতখনলৈ এক অনবদ্য বৰঙণি আগবঢ়াই গৈছে। ভাৰতৰ প্ৰগতিৰ প্ৰতিও তেওঁ অতিশয় আগ্ৰহী আছিল। তেওঁৰ মৃত্যু দুখজনক। তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলো। ঔম শান্তি।"

 

***

DS/SH/SB


(रिलीज़ आईडी: 1852857) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam