প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আকাংক্ষী জিলা কাৰ্যক্ৰমৰ সাফল্যৰ পিচত আনন্দ প্ৰাকাশিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
17 AUG 2022 2:32PM by PIB Guwahati
স্বাস্থ্য, পুষ্টিসাধন, শিক্ষা আৰু ৰপ্টানীৰ দৰে শিতানত আকাংক্ষী জিলা কাৰ্যক্ৰমে প্ৰদৰ্শন কৰা সাফল্যৰ পিচত আনন্দ প্ৰাকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সন্দৰ্ভত প্ৰকাশিত ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে;
“আকাংক্ষী জিলাসমূহে স্বাস্থ্য, পুষ্টসাধন, শিক্ষা তথা ৰপ্টানী আদি বিভিন্ন সূচকাংকৰ ক্ষেত্ৰত দেখুওৱা সাফল্য সঁচাকৈয়ে হৃদয়স্পৰ্শী। আকাংক্ষী জিলা কাৰ্যক্ৰমৰ সুবাদতে লাখ লাখ লোকৰ জীৱনধাৰাৰ ৰূপান্তৰণ সম্ভৱ হোৱা দেখি আনন্দিত হৈছো”।https://t.co/PYOAG3Hj5Z
***
DS/TS/KB
(ৰিলিজ আই ডি : 1852855)
অতিথি কক্ষ : 199
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam