প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ বান্দাত যমুনা নৈত হোৱা দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
11 AUG 2022 10:22PM by PIB Guwahati
উত্তৰ প্ৰদেশৰ বান্দাত যমুনা নৈত সংঘটিত হোৱা দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ৰাজ্যচৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে তেওঁলোকলৈ যথা সম্ভৱ সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়াব বুলি জানিবলৈ দিয়ে।
প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা এক টুইটত কয়;
“উত্তৰ প্ৰদেশৰ বান্দাত যমুনা নৈত সংঘটিত দুৰ্ঘটনাটো নিতান্তই হৃদয়বিদাৰক। এই দুৰ্ঘটনাত যিসকলে আত্মীয়ক হেৰুৱাব লগা হ’ল তেওঁলোকৰ প্ৰতি মই শোক-সমবেদনা ব্যক্ত কৰিছো। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ সম্পৰ্কীয় যাৱতীয় কাম-কাজ তত্পৰতাৰে কৰি আছে। PM @narendramodi”
***
DS/ST/KB
(रिलीज़ आईडी: 1851508)
आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam