প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত লোৱা শ্ৰী জগদীপ ধনখৰক অভিনন্দন জ্ঞাপন কৰে

प्रविष्टि तिथि: 11 AUG 2022 2:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা শ্ৰী জগদীপ ধনখৰক অভিনন্দন জ্ঞাপন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"শ্ৰী জগদীপ ধনখৰ জীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল। মই তেওঁক ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হোৱাৰ বাবে অভিনন্দন জনাইছো আৰু তেওঁক এক ফলপ্ৰসূ কাৰ্যকালৰ বাবে শুভকামনা জনাইছো। @jdhankhar1 @VPSecretariat"

 

***

DS/ST/MANN


(रिलीज़ आईडी: 1851092) आगंतुक पटल : 209
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam