প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ ১০,০০০ মিটাৰৰ ৰেচ ৱাকত ব্ৰঞ্জৰ পদক জয় কৰাত সন্দীপ কুমাৰক অভিনন্দন জনায়

Posted On: 07 AUG 2022 6:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ, ২০২২ত পুৰুষৰ ১০,০০০ মিটাৰৰ ৰেচ ৱাকত ব্ৰঞ্জৰ পদক জয় কৰাত সন্দীপ কুমাৰক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"বাৰ্মিংহাম ক্ৰীড়াত আমাৰ ৰেচ ৱাকিং দলৰ চমকপ্ৰদ প্ৰদৰ্শন দেখি ভাল লাগিল। সন্দীপ কুমাৰক ১০,০০০ মিটাৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰাত অভিনন্দন। তেওঁক তেওঁৰ অনাগত প্ৰয়াসৰ বাবে বহুত বহুত শুভকামনা #Cheer4India”

 

***

 

DS/TS



(Release ID: 1849573) Visitor Counter : 94