প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে গুৰদীপ সিঙক অভিনন্দন জ্ঞাপন কৰিছে
प्रविष्टि तिथि:
04 AUG 2022 8:30AM by PIB Guwahati
বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰদীপ সিঙক শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"কষ্ট আৰু নিষ্ঠাই অসাধাৰণ ফলাফলৰ সূচনা কৰে। গুৰদীপ সিঙে কমনৱেলথ গেমছৰ ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰি এই কথা প্ৰমাণ কৰিছে। তেওঁ দেশবাসীৰ মাজত আনন্দৰ মনোভাৱ বৃদ্ধি কৰিছে। তেওঁক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।"
***
DS/ST/MS
(रिलीज़ आईडी: 1849222)
आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam