পোষ্ট কৰা হৈছে:
23 JUL 2022 10:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ বিদায় অনুষ্ঠানত অংশ গ্ৰহণ কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়:
"আজি ৰাষ্ট্ৰপতি কোবিন্দজীৰ বাবে সংসদত অনুষ্ঠিত বিদায় কাৰ্যসূচীত অংশগ্ৰহণ কৰো। ইয়াত বিভিন্ন দলৰ মন্ত্ৰী আৰু নেতাসকলেও অংশগ্ৰহণ কৰিছিল।"
***
DS/RD