প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কমনৱেলথ গেমছ ২০২২ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰোত্তোলক পি গুৰুৰাজাক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 30 JUL 2022 6:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ ২০২২ত ব্ৰঞ্জৰ সন্মান লাভ কৰাৰ বাবে ভাৰোত্তোলক পি গুৰুৰাজাক অভিনন্দন জনাইছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"পি. গুৰুৰাজাৰ সাফল্যত অতিশয় আনন্দিত! কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছো। তেওঁ অত্যন্ত ধৈৰ্য আৰু দৃঢ়তাৰ পৰিচয় দিছে। ক্ৰীড়া যাত্ৰাত তেওঁ আৰু বহুতো মাইলৰ খুঁটিত উপনীত হোৱাৰ কামনা কৰিলোঁ।"

 

***

DS/SH/MS


(रिलीज़ आईडी: 1846726) आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Kannada , Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Telugu , Malayalam