প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ক’ভিড আক্ৰান্ত জো বাইডেনৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 21 JUL 2022 9:46PM by PIB Guwahati

ক’ভিড-১৯য়ে আক্ৰান্ত কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ টুইট:

“@POTUS লৈ মোৰ শুভকামনা যাঁচিছো @JoeBiden কভিড-১৯ৰ পৰা আশু আৰোগ্য কামনা কৰিছো, লগতে তেওঁৰ সু-স্বাস্থ্যৰ বাবেও প্ৰাৰ্থনা কৰিছো”।

 

***

DS/SH/KB


(रिलीज़ आईडी: 1844517) आगंतुक पटल : 188
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam