প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে আদি কৃথিগাইৰ শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 23 JUL 2022 1:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি কৃথিগাইৰ বিশেষ দিনটোত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"আদি কৃথিগাইৰ বিশেষ দিনটোত সকলোলৈ মোৰ শুভেচ্ছা জনালোআমি প্ৰাৰ্থনা কৰোঁ যাতে ভগৱান মুৰুগাৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত থাকিব। আমাৰ সমাজ স্বাস্থ্যৱান আৰু সমৃদ্ধ হৈ থকাটো যেন তেওঁ নিশ্চিত কৰে।"

 

***

DS/MANN


(रिलीज़ आईडी: 1844476) आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam