প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্য প্ৰদেশত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 18 JUL 2022 1:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশৰ ধাৰত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

"মধ্য প্ৰদেশৰ ধাৰত সংঘটিত বাছ দুৰ্ঘটনাটো দুখজনক। মই প্ৰিয়জনক হেৰুৱাবলগীয়া হোৱাসকলৰ প্ৰতি সমবেদনা জনালো। উদ্ধাৰ অভিযান অব্যাহত আছে আৰু দুৰ্ঘটনাটোত পতিত হোৱাসকলক স্থানীয় কৰ্তৃপক্ষসমূহে সম্ভৱপৰ সকলোধৰণৰ সহায় আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী।"

***

DS/SH/SB


(Release ID: 1844100)