প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্য প্ৰদেশৰ ধৰত সংঘটিত বাছ দুৰ্ঘটনাত হতাহতসকলৰ বাবে ‘পিএমএনআৰএফ’-ৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 18 JUL 2022 2:20PM by PIB Guwahati

মধ্য প্ৰদেশৰ ধৰত সংঘটিত বাছ দুৰ্ঘটনাত নিহতসকলৰ নিকট আত্মীয়লৈ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি’ৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্ঘটনাটোত আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়;

“মধ্য প্ৰদেশৰ ধৰত সংঘটিত বাছ দুৰ্ঘটনাত নিহতসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ সাহায্য আগবঢ়োৱা হ’ব। আহতসকলক প্ৰদান কৰা হ’ব  ৫০,০০০ টকাকৈ: প্ৰধানমন্ত্ৰী”

***

DS/SH/KB


(रिलीज़ आईडी: 1842955) आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam