প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পৱিত্ৰ আহাৰ পূৰ্ণিমা উপলক্ষে ভগৱান বুদ্ধৰ মহৎ শিক্ষাৰ কথা স্মৰণ কৰে
পোষ্ট কৰা হৈছে:
13 JUL 2022 9:34AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহাৰ পূৰ্ণিমা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে ভগৱান বুদ্ধৰ মহৎ শিক্ষাৰ কথাও স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"পৱিত্ৰ আহাৰ পূৰ্ণিমাৰ উপলক্ষে শুভেচ্ছা জনাইছো। আমি ভগৱান বুদ্ধৰ মহৎ শিক্ষাৰ কথা মনত পেলাইছো আৰু এক ন্যায়সংগত আৰু সহানুভূতিশীল সমাজৰ প্ৰতি তেওঁৰ আলোকিত দৃষ্টিভংগী উপলব্ধি কৰাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰিছো।"
***
DS/ST/MANN
(ৰিলিজ আই ডি : 1841456)
অতিথি কক্ষ : 158
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam