প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পি ভি নৰসিংহ ৰাওৰ জন্ম জয়ন্তীত তেওঁৰ অৱদানৰ কথা মনত পেলাইছে

प्रविष्टि तिथि: 28 JUN 2022 2:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী পি ভি নৰসিংহ ৰাওৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী পি ভি নৰসিংহ ৰাওজীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ সমৃদ্ধ অৱদানৰ বাবে ভাৰত তেওঁৰ ওচৰত কৃতজ্ঞ। তেওঁ এজন পণ্ডিত আৰু বুদ্ধিজীৱী হিচাপেও নিজৰ প্ৰভাৱ ৰাখি গৈছে।"   


***
 

DS/RD


(रिलीज़ आईडी: 1841168) आगंतुक पटल : 196
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam