প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নাইনিতালত বাহন উটুৱাই নিয়াৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 08 JUL 2022 6:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ নাইনিতালত এখন বাহন উটুৱাই নিয়াৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়,

“নাইনিতাল জিলাৰ শোকাবহ ঘটনাত দুঃখিত হৈছো, য’ত এখন বাহন উটুৱাই নিছে৷ এই দুখৰ সময়ত মই শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ আৱদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ অভিযান চলি আছে৷”

***

DS/SH/DB


(रिलीज़ आईडी: 1840429) आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam