প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাবুলৰ কৰ্তে পৰৱান গুৰুদ্বাৰাত সন্ত্ৰাবাদীয়ে কাপুৰুষৰ দৰে চলোৱা আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
18 JUN 2022 10:12PM by PIB Guwahati
আফগানিস্তানৰ কাবলুত কৰ্তে পৰৱান গুৰুদ্বাৰাত সন্ত্ৰাবাদীয়ে কাপুৰুষৰ দৰে চলোৱা আক্ৰমণক গৰিহণা দিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ শ্ৰদ্ধালুসকলৰ সুৰক্ষা আৰু কল্যাণ কামনাৰে প্ৰাৰ্থনাও জনায়।
এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে;
“কাবুলৰ কৰ্তে পৰৱান গুৰুদ্বাৰাত সন্ত্ৰাসবাদীয়ে কাপুৰুষৰ দৰে চলোৱা আক্ৰমণত স্তম্ভিত হৈছো। মই এই আসুৰিক আক্ৰমণক গৰিহণা দিছো আৰু শ্ৰদ্ধালুসকলৰ সুৰক্ষা তথা কল্যাণ কামনাৰে প্ৰাৰ্থনা জনাইছো”।
******
DS/ST/KB
(ৰিলিজ আই ডি : 1835474)
অতিথি কক্ষ : 156
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada