প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এই মাহৰ ২৬ জুন, ২০২২ৰ বাবে নিৰ্ধাৰিত মন কী বাতৰ ইনপুটৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰিছে

प्रविष्टि तिथि: 19 JUN 2022 10:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ ২৬ জুন, ২০২২ৰ বাবে নিৰ্ধাৰিত মন কী বাতৰ বাবে ইনপুটৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে জনসাধাৰণক মন কী বাতৰ ওপৰত বিচাৰ-বিশ্লেষণ মাইগভ বা নমো এপত আগবঢ়াবলৈও আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কয়;

"এই মাহৰ ২৬ তাৰিখৰ বাবে নিৰ্ধাৰিত #মনকীবাতৰ বাবে কেইবাটাও ইনপুট পোৱাত আনন্দ পাইছো। নিজৰ বিচাৰ-বিশ্লেষণ মাইগভ বা নমো এপত আগবঢ়াওক।"

 

**********

DS/ST


(रिलीज़ आईडी: 1835472) आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Marathi , Kannada , Odia , English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Malayalam