প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অহা ডেৰ বছৰত মিচন ম’ডত চৰকাৰে ১০ লাখ লোকক নিযুক্তি দিয়াৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 JUN 2022 11:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো বিভাগ আৰু মন্ত্ৰালয়ৰ মানৱ সম্পদ স্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ অহা ডেৰ বছৰত মিচন ম’ডত চৰকাৰৰ দ্বাৰা ১০লাখ লোকক নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটযোগে কয়,

“প্ৰধানমন্ত্ৰী @narendramodiয়ে সকলো বিভাগ আৰু মন্ত্ৰালয়ৰ মানৱ সম্পদ স্থিতিৰ পৰ্যালোচনা কৰে আৰু অহা ডেৰ বছৰত মিচন ম’ডত চৰকাৰৰ দ্বাৰা ১০লাখ লোকক নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে।”

*****


(रिलीज़ आईडी: 1833801) आगंतुक पटल : 235
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada