প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        বাবা যোগেন্দ্ৰ জীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
                    
                    
                        
                    
                
                
                    Posted On:
                10 JUN 2022 4:09PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্মশ্ৰী তথা ‘সংস্কাৰ ভাৰতী’ৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক বাবা যোগেন্দ্ৰ জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মৃত্যুক ‘বিশ্বৰ কলাৰ এক অপুৰণীয় ক্ষতি’ বুলি আখ্যা দিয়ে৷
প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়, 
“দেশ সেৱাৰ প্ৰতি সমৰ্পিত পদ্মশ্ৰী যোগেন্দ্ৰ জীৰ বিয়োগত অতিশয় দুঃখিত হৈছো৷ তেওঁৰ মৃত্যু বিশ্বৰ কলাৰ এক অপুৰণীয় ক্ষতি৷ ভগৱানে তেওঁক নিজৰ শ্ৰীচৰণত স্থান দিয়ক৷ ঔম শান্তি!”
***
DS/DB
                
                
                
                
                
                (Release ID: 1833498)
                Visitor Counter : 136
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Malayalam 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada