প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাইছিনা ডায়লগ, ২০২২ ৰ উদ্বোধনী অধিবেশনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
পোষ্ট কৰা হৈছে:
25 APR 2022 10:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইছিনা ডায়লগ, ২০২২ ৰ উদ্বোধনী অধিবেশনত অংশগ্ৰহণ কৰে। ইয়াত ইউৰোপিয়ান কমিশ্যনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী উৰ্চুলা ভন ডেৰ লেয়েনে মূল ভাষণ প্ৰদান কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ
"আজি বিয়লি #Raisina2022 ৰ উদ্বোধনী অধিবেশনত অংশগ্ৰহণ কৰো। @raisinadialogue"
***
DS/SB
(ৰিলিজ আই ডি : 1833496)
অতিথি কক্ষ : 177
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam