প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বিজয়ী মহিলা বক্সাৰসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

Posted On: 01 JUN 2022 8:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বিজয়ী মহিলা বক্সাৰ নিখাত জাৰিন, মনীষা মৌন আৰু পাৰবীন হুডাক সাক্ষাৎ কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়:

"মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতক গৌৰৱান্বিত কৰা বক্সাৰ @nikhat_zareen, @BoxerMoun আৰু পাৰবীন হুডাক লগ পাই আনন্দিত হৈছোঁ। আমি তেওঁলোকৰ ক্ৰীড়াৰ প্ৰতি অনুৰাগ আৰু ইয়াৰ উৰ্দ্ধৰ জীৱন সন্দৰ্ভত এক উৎকৃষ্ট বাৰ্তালাপত মিলিত হৈছিলোঁ। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছোঁ।"

 

 ***

DS/AK/KG



(Release ID: 1831004) Visitor Counter : 108