প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘স্বাচ্ছন্দ্যৰে ব্যৱসায়’ কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে শক্তি প্ৰদান কৰিছে ‘সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰণ’ৰ মন্ত্ৰই
পোষ্ট কৰা হৈছে:
01 JUN 2022 6:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিমত প্ৰকাশ কৰি কয় যে ‘স্বাচ্ছন্দ্যৰে ব্যৱসায়’ কৰা(ইজ অব ডুয়িং বিজনেছ)ৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে শক্তি প্ৰদান কৰিছে ‘সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰণ’(ৰিফৰ্ম, পাৰ্ফৰ্ম, ট্ৰেন্সফৰ্ম)ৰ মন্ত্ৰই। প্ৰধানমন্ত্ৰী মোদীয়ে কয় ‘এইসমূহ লাভ, বিশেষকৈ ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে আগবঢ়োৱা হৈছে আৰু ইয়াৰ জৰিয়তে সম্পদ সৃষ্টি কৰোতাৰ ৰূপত তেওঁলোকৰ আকাংক্ষাক বাস্তৱায়িত কৰাৰ বাবে সামৰ্থ্য প্ৰদান কৰা হৈছে’।
‘মাইগভ’-ত প্ৰকাশিত এলানি টুইট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয়;
“স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে শক্তি প্ৰদান কৰিছে সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰণৰ মন্ত্ৰই। এইসমূহ লাভ, বিশেষকৈ ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে আগবঢ়োৱা হৈছে আৰু ইয়াৰ জৰিয়তে সম্পদ সৃষ্টি কৰোতাৰ ৰূপত তেওঁলোকৰ আকাংক্ষাক বাস্তৱায়িত কৰাৰ বাবে সামৰ্থ্য প্ৰদান কৰা হৈছে”।
#8YearsOfEODB
***
DS/ST/KB
(ৰিলিজ আই ডি : 1831002)
অতিথি কক্ষ : 145
ত এই ৰিলিজটো পঢ়ক:
Manipuri
,
Gujarati
,
Tamil
,
Telugu
,
Urdu
,
English
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Odia
,
Kannada
,
Malayalam