প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰতিষ্ঠা দিৱস উপলক্ষে তেলেংগানাৰ জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 02 JUN 2022 9:36AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে তেলেংগানাৰ জনতাক শুভেচ্ছা জনাইছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত তেলেংগানাৰ ভাই-ভনীসকলক শুভেচ্ছা জনাইছো৷ তেলেংগানাৰ লোকসকল কঠোৰ পৰিশ্ৰম আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰতি অতুলনীয় সমৰ্পণৰ সমাৰ্থক। ৰাজ্যখনৰ সংস্কৃতি বিশ্ববিখ্যাত। তেলেংগানাবাসীৰ মংগলৰ বাবে মই প্ৰাৰ্থনা জনাইছো৷”

***

DS/SH/DB



(Release ID: 1830393) Visitor Counter : 114