প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উৰিষ্যাৰ গঞ্জাম জিলাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 25 MAY 2022 2:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উৰিষ্যাৰ গঞ্জাম জিলাত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;

"উৰিষ্যাৰ গঞ্জাম জিলাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে মই ব্যথিত। এই দুখৰ সময়ত, শোকসন্তপ্ত পৰিয়ালবোৰৰ প্ৰতি মোৰ গভীৰ সমবেদনা জনাইছোঁ। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক সোনকালে সুস্থ হওক: প্ৰধানমন্ত্ৰী @narendramodi"

***

DS/LP/RD


(रिलीज़ आईडी: 1828438) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam