প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহিলাৰ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰাত প্ৰধানমন্ত্ৰীয়ে নিখাত জাৰীণক অভিনন্দন জনায়
লগতে ব্ৰঞ্জৰ পদক জয় কৰাত মনীষা মউন আৰু পাৰৱীন হুদাক অভিনন্দন জনায়
পোষ্ট কৰা হৈছে:
19 MAY 2022 11:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰাত নিখাত জাৰীণক অভিনন্দন জনায়। তেওঁ লগতে ব্ৰঞ্জৰ পদক জয় কৰাত মনীষা মউন আৰু পাৰৱীন হুদাকো অভিনন্দন জনায়।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে :
"আমাৰ বক্সাৰসকলে আমাক গৌৰৱান্বিত কৰিলে! ৱ'মেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত সুন্দৰভাৱে সোণৰ পদক জয়ৰ বাবে @nikhat_zareen (নিখাত জাৰীণ)লৈ অভিনন্দন। একেই প্ৰতিযোগিতাত তেওঁলোকৰ ব্ৰঞ্জৰ পদকৰ বাবে মই লগতে মনীষা মউন আৰু পাৰৱীন হুদাকো অভিনন্দন জনাইছো।"
***
DS
(ৰিলিজ আই ডি : 1826844)
অতিথি কক্ষ : 157
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam