প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছিকিমৰ প্ৰতিষ্ঠা দিৱসত জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 16 MAY 2022 9:13AM by PIB Guwahati

প্ৰতিষ্ঠা দিৱস উপলক্ষে ছিকিমৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"ছিকিমৰ মোৰ ভাতৃ-ভগ্নীসকলক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছোঁ। ছিকিমৰ জনসাধাৰণে বিভিন্ন ক্ষেত্ৰত স্বকীয়তাৰ পৰিচয় দাঙি ধৰিছে আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৰাজ্যখনৰ জনসাধাৰণ সুস্বাস্থ্যৰ গৰাকী হৈ সুখত থাকক, তাৰেই কামনা কৰিছোঁ।"

 

 ***

DS/SH/KG


(रिलीज़ आईडी: 1826140) आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam