প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাৰ্যভাৰ গ্ৰহণ কৰা দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতিক শুভেচ্ছা আৰু অভিনন্দন প্রধানমন্ত্রীৰ
प्रविष्टि तिथि:
10 MAY 2022 12:22PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে য়ুন ছুক ইয়লক শুভেচ্ছা আৰু অভিনন্দন জনাইছে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি @sukyeol__yoon-ক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। তেওঁ আজি তেওঁৰ কার্যকাল আৰম্ভ কৰিছে৷ মই শীঘ্ৰে তেওঁক সাক্ষাৎ কৰাৰ লগতে ভাৰত-দক্ষিণ কোৰিয়াৰ সম্পর্কক আৰু অধিক শক্তিশালী আৰু সমৃদ্ধ কৰাৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী হৈ আছো৷”
***
DS/SH/DB
(रिलीज़ आईडी: 1824637)
आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam