প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘অক্ষয় তৃতীয়া’ উপলক্ষে জনসাধাৰণলৈ শুভকামনা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 03 MAY 2022 9:32AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অক্ষয় তৃতীয়া’ উপলক্ষে জনসাধাৰণলৈ শুভকামনা জ্ঞাপন কৰিছে। তেওঁ এই বিশেষ দিনটোৱে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিব বুলিও আশা প্ৰকাশ কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“আপোনালোক সকলোলৈকে ‘অক্ষয় তৃতীয়া’ৰ বহুত বহুত শুভকামনা জনালো।

এই বিশেষ দিনটোৱে প্ৰতি গৰাকী ব্যক্তিৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনক, মই ইয়াকে কামনা কৰিছো”।  

 

***

DS/ST/KB


(ৰিলিজ আই ডি : 1822551) অতিথি কক্ষ : 171