প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঈদ-উল-ফিতৰ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 02 MAY 2022 9:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ ঈদ-উল-ফিতৰ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

"ঈদ-উল-ফিতৰ উপলক্ষে শুভেচ্ছা জনাইছোঁ। এই পৱিত্ৰ উত্সৱে আমাৰ সমাজত একতা আৰু ভাতৃত্ববোধৰ বান্ধোন কটকটীয়া কৰক। সকলোৱে সুস্বাস্থ্য আৰু সমৃদ্ধময় জীৱনৰ অধিকাৰী হওক-তাৰেই কামনা কৰিছোঁ।"

 

 ***

DS/AK/KG



(Release ID: 1822545) Visitor Counter : 98