প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ ৰ পৰিস্থিতি পৰ্য্যালোচনাৰ অৰ্থে কাইলৈ মুখ্যমন্ত্ৰীসকলৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 26 APR 2022 8:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৭ এপ্ৰিলৰ দুপৰীয়া ১২ বজাত ক’ভিড-১৯ ৰ পৰিস্থিতি পৰ্য্যালোচনা কৰিবলৈ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

"কাইলৈ অৰ্থাৎ ২৭ এপ্ৰিলৰ দুপৰীয়া ১২ বজাত ক’ভিড-১৯ ৰ পৰিস্থিতি পৰ্য্যালোচনা কৰিবলৈ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিম"।

 

***

DS/SB



(Release ID: 1820820) Visitor Counter : 102