পোষ্ট কৰা হৈছে:
25 APR 2022 11:34AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ-নিৰ্বাচিত হোৱা ইমানুৱেল মেক্ৰনক অভিনন্দন জনায়।
এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ-নিৰ্বাচিত হোৱা মোৰ বন্ধু @EmmanuelMacron ক অভিনন্দন জনালো! ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰিবলৈ মই একেলগে কাম কৰি যাবলৈ আগ্ৰহী।"
***
DS/ST/SB