প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
Posted On:
23 APR 2022 1:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে মধ্যপ্ৰদেশ চৰকাৰৰ সু-প্ৰশাসন প্ৰচষ্টাৱলীৰ সন্দৰ্ভত আৰু কিদৰে তেওঁলোকৰ পৰিৱৰ্তনশীল আঁচনিসমূহে জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে, সেই বিষয়ে আলোচনা কৰে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
“মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী @ChouhanShivrajজীৰে বৈঠকত মিলিত হও আৰু তেওঁৰ সৈতে মধ্যপ্ৰদেশ চৰকাৰৰ সু-প্ৰশাসনৰ প্ৰচেষ্টাৱলীৰ লগতে কিদৰে তেওঁলোকৰ পৰিৱৰ্তনশীল আঁচনিসমূহে জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে, সেই বিষয়ে আলোচনা কৰো৷”
***
DS/SH/DB
(Release ID: 1819758)
Visitor Counter : 161
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam