প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        প্ৰধানমন্ত্ৰীয়ে ড০ বাবাচাহেব আম্বেদকাৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
                    
                    
                        
                    
                
                
                    Posted On:
                14 APR 2022 9:06AM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ বাবাচাহেব আম্বেদকাৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে দিল্লীত ড০ বাবাচাহেব আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"ড০ বাবাচাহেব আম্বেদকাৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভাৰতৰ প্ৰগতিত তেওঁ উল্লেখনীয় অৱদান আগবঢ়াইছে। আজিৰ এই ক্ষণ দেশৰ বাবে তেওঁৰ সপোন পূৰণ কৰাৰ দিন।"
 
***
DS/SH/ST/MS
                
                
                
                
                
                (Release ID: 1818206)
                Visitor Counter : 178
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam