প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ড০ বাবাচাহেব আম্বেদকাৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

Posted On: 14 APR 2022 9:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ বাবাচাহেব আম্বেদকাৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে দিল্লীত ড০ বাবাচাহেব আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"ড০ বাবাচাহেব আম্বেদকাৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভাৰতৰ প্ৰগতিত তেওঁ উল্লেখনীয় অৱদান আগবঢ়াইছে। আজিৰ এই ক্ষণ দেশৰ বাবে তেওঁৰ সপোন পূৰণ কৰাৰ দিন।"

 

***

DS/SH/ST/MS



(Release ID: 1818206) Visitor Counter : 60