প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে অসমৰ বিশ্বনাথ জিলাত সংঘটিত এক পথ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে
प्रविष्टि तिथि:
17 APR 2022 12:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বিশ্বনাথ জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;
"অসমৰ বিশ্বনাথ জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে মই দুখিত। প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। মই প্ৰাৰ্থনা কৰোঁ যে আহতসকল অতি সোনকালে আৰোগ্য হওক: প্ৰধানমন্ত্ৰী @narendramodi"
***
DS/ST/MANN
(रिलीज़ आईडी: 1818012)
आगंतुक पटल : 197
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam